Dettol Antiseptic Liquid is an antiseptic solution used for everyday hygiene and cleanliness. It helps protect against germs and can be used for cleaning minor cuts, wounds, and scratches when properly diluted. It can also be used for household cleaning and maintaining general hygiene.
Benefits:
Note: Always follow the instructions and dilution guidelines provided on the product label.
Dettol Antiseptic Liquid হৈছে দৈনন্দিন স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে ব্যৱহাৰ কৰা এটা এণ্টিছেপ্টিক লিকুইড। ই সৰু কটা-ছিঙা, আঁচোৰ আৰু অন্যান্য সৰু আঘাতৰ ক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাত সহায় কৰে। লগতে উপযুক্তভাৱে পাতল কৰি বিভিন্ন ঘৰুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কামতো ব্যৱহাৰ কৰা হয়।
উপকাৰিতা:
ব্যৱহাৰৰ আগতে পেকেটত দিয়া নিৰ্দেশনা আৰু সঠিক dilution অনুসৰণ কৰক।
No review given yet!
Fast Delivery
Safe Payment
5 Hours Return Policy
100% Authentic Products
You need to Sign in to view this feature
This address will be removed from this list